পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে লৰচৰ কৰা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

লৰচৰ কৰা   ক্ৰিয়া

অর্থ : নিজৰ ঠঞইৰ পৰা অলপ আগবঢ়া বা ইফালে-সিফালে যোৱা

উদাহরণ : কোৱাৰ পিছতো সি নিজৰ ঠাইৰ পৰা লৰচৰ নকৰিলে

সমার্থক : ইফাল-সিফাল কৰা

অর্থ : নিজৰ স্থানৰ পৰা অলপ ইফাল-সিফাল হোৱা

উদাহরণ : বতাহত পাতবোৰ লৰিছে

সমার্থক : লৰা