পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে লোকসেৱা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

লোকসেৱা   বিশেষ্য

অর্থ : প্রধানতঃ জনসাধাৰণৰ মঙ্গলৰ কাৰণে কৰা ৰাজ্যৰ সেৱা বা চাকৰি

উদাহরণ : পুলিচ, ন্যায়াধীশ আদিক লোকসেৱাৰ কাৰণে নিযুক্ত কৰা হয়

সমার্থক : জনসেৱা

অর্থ : লোকৰ উপকাৰ কৰা কার্য

উদাহরণ : মই লোকসেৱা কৰি সুখ অনুভৱ কৰোঁ

সমার্থক : জন-কল্যাণ, জনকল্যাণ, লোক-সেৱা

অর্থ : জনসাধাৰণৰ হিত অথবা উপকাৰৰ কাৰণে সেৱাভাৱেৰে কৰা কাম

উদাহরণ : মাদাৰ টেৰেচাই নিজৰ সমগ্র জীৱন লোকসেৱাত অতিবাহিত কৰিলে

সমার্থক : জনসেৱা