পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে লেঙেৰা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

লেঙেৰা   বিশেষ্য

অর্থ : খোৰাই খোৰাই খোজকঢ়া অৱস্থা

উদাহরণ : আপোনাৰ লেঙেৰাই থকাৰ কাৰণ কি ?

সমার্থক : পেঙ্গুচিয়া, লেকেচিয়া

অর্থ : যি ব্যক্তিৰ এটা ভৰি অকামিলা হৈ গʼল বা ভাগি গʼল

উদাহরণ : লেঙেৰাজনে পেঙৰ সহায়ত খোজ কাঢ়িবলৈ চেষ্টা কৰি আছে

সমার্থক : খোৰা, পেঙুৰা

অর্থ : যিজনৰ হাত বা ভৰিত বিকৃতি আছে

উদাহরণ : চার্কাছত লেঙেৰাৰ খেলা দেখি ্দর্শক আচৰিত হৈছিল

সমার্থক : লেঙ্গেৰা

লেঙেৰা   বিশেষণ

অর্থ : যাৰ এটা ভৰি ভাগিলে বা অকর্মন্য হৈ পৰিলে

উদাহরণ : লেঙেৰা ব্যক্তিজনে পেং লৈ খোজকাঢ়িবলৈ চেষ্টা কৰি আছে

সমার্থক : খোৰা

অর্থ : যি ভৰিত কোনো ধৰণৰ কষ্ট, দোষ বা বিকাৰ থকা বাবে বেকাকৈ খোজ কাঢ়ে

উদাহরণ : লেঙেৰা ৰোগীজন অলপ দূৰ খোজকাঢ়ি বহি দিলে

অর্থ : যাৰ এটা ভৰি ভাঙিল

উদাহরণ : লেঙেৰাজন চকীত বহোঁতেই সৰি পৰিল