পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে লুটা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

লুটা   বিশেষ্য

অর্থ : লুটপাত কৰা কার্য ্বা ভাব

উদাহরণ : ডকাইতে মহাজনৰ ঘৰ লুটাৰ পিছত আৰামত গুচি গʼল

লুটা   ক্ৰিয়া

অর্থ : অনুচিতভাৱে লোৱা

উদাহরণ : আজিকালি লʼৰা-ছোৱালীৰ প্রৱেশৰ কাৰণে বৰঙণিৰ নামত শিক্ষা সংস্থা সমূহে লুটিছে

অর্থ : বহুত দাম লোৱা

উদাহরণ : আজিকালিৰ দোকানীয়ে গ্রাহকক প্রায়েই ঠগে

সমার্থক : ঠগা

অর্থ : কাৰোবাক অত্যধিক খৰচ কৰোৱা

উদাহরণ : সুনীলে নতুন চাকৰি পোৱাৰ খবৰটো পোৱাৰ পিছত লগৰীয়াসকলে অভ্যর্থ্্নাৰ নামত ্তেওঁক খুউব লুটিলে

অর্থ : ডকা-হকা দি বা বলপূর্বক্্ভাৱে কোনো বস্তু লৈ যোৱা কার্য

উদাহরণ : আমাৰ চহৰত এজন মহাজনক লুটিলে

সমার্থক : লুটপাত কৰা