পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে মেলা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

মেলা   বিশেষ্য

অর্থ : উৎসৱ-পার্বণ আদিৰ সময়ত বা বস্তু আদিৰ ক্রয়-বিক্রয় বা প্রদর্শনীৰ কাৰণে কোনো স্থানত বহুতো লোক একত্রিত হোৱা কার্য

উদাহরণ : মাঘী পূর্ণিমাৰ দিনা প্রয়াগত মেলা বহে

অর্থ : অতি উলহ-মালহেৰে ডাঙৰকৈ আয়োজন কৰা সার্বজনীন মাংগলিক কার্য:আমাৰ বিদ্যালয়ত শিশু দিৱস উপলক্ষে এখনি বহু ডাঙৰ সমাৰোহৰ আয়োজন কৰা হৈছে

উদাহরণ :

সমার্থক : উছব, উৎসৱ, মহোৎসৱ, সমাৰোহ

মেলা   ক্ৰিয়া

অর্থ : দলিচা, কাপোৰ আদি মাটি বা কোনো সমতল বস্তু আদিত বহলাই দিয়া

উদাহরণ : তেওঁ বিচনাত চাদৰখন মেলি দিলে

সমার্থক : পাৰি দিয়া, বিস্তাৰ কৰা, মেলি দিয়া

অর্থ : কোনো বস্তুৰ প্রসাৰিতকৰণ

উদাহরণ : তেওঁ ভিজা কাপোৰখন ৰʼদত মেলি দিছে

সমার্থক : বহলকৈ মেলা, বিস্তাৰ কৰা, মেলি দিয়া