পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে মিটাৰ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

মিটাৰ   বিশেষ্য

অর্থ : যি যন্ত্রৰ দ্বাৰা ঘৰলৈ অহা পানী জোখা হয়

উদাহরণ : টেংকীটোৰ মিটাৰটো বেয়া গৈ গʼল

অর্থ : দৈর্ঘ্য জোখাৰ এক মাপ

উদাহরণ : কুর্তা চিলাবৰ কাৰণে আঢ়ৈ মিটাৰ কাপোৰ লাগিব

অর্থ : ঘৰ বা কাৰখানা আদিত ব্যয় হোৱা বিজুলী জুখিব কাৰণে ব্যৱহাৰ কৰা যন্ত্রবিশেষ

উদাহরণ : মোৰ ঘৰত দুটা মিটাৰ লগোৱা আছে

অর্থ : যি যন্ত্রৰ সহায়ত গতিশীল বস্তুৰ গতি জোখা হয়

উদাহরণ : এই গাড়ীখনৰ মিটাৰটোৱে কাম কৰা নাই

সমার্থক : গতিমাপক, স্পীডোমিটাৰ