পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে মল শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

মল   বিশেষ্য

অর্থ : আম গছৰ ফুল

উদাহরণ : বসন্ত ঋতুৰ আগমনৰ লগে লগে আম গছত মল লাগিবলৈ ধৰে

অর্থ : যি অংশইদি শৰীৰৰ ভিতৰৰ মলভাগ বাহিৰ হয়

উদাহরণ : গুহ্যদ্বাৰৰ ভালদৰে পৰিষ্কাৰ কৰি ভালেমান ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি

সমার্থক : গুহ্য দ্বাৰ, গুহ্যদ্বাৰ, পায়ু, পোকৰ, মলদ্বাৰ

অর্থ : জীৱই গুহ্যদ্বাৰেৰে ত্যাগ কৰা বর্জিত পদার্থ

উদাহরণ : গাহৰিয়ে গুও খায়

সমার্থক : অষ্ঠীলা, গু, পায়খানা, পুৰীষ, বিষ্ঠা, শৌচ

অর্থ : শৰীৰৰ পৰা ওলোৱা অশুদ্ধি বা বিকাৰ

উদাহরণ : মনুস্মৃতি অনুসৰি শৰীৰত বাৰ প্রকাৰৰ মল থাকে, সেইবোৰ হʼল মেদ, শুক্র, ৰক্ত, মজ্জা, মূত্র, বিষ্ঠা, কাণৰ মল, নখ, কফ, চকুপানী, ঘাম আৰু শৰীৰত জমা হোৱা মল

অর্থ : কোনো বস্তুৰ পৰা ওলোৱা বা তাৰ ওপৰত জমা হোৱা তৰপ বা ধূলি

উদাহরণ : কাপোৰৰ পৰা ময়লা গুচাবলৈ হʼলে চাবোনেৰে ধুব লাগে

সমার্থক : ময়লা, লেতেৰা

অর্থ : যিপাহ ফুলে পাহি মেলা নাই:কলিবিলাক ছিঙা কাৰণে মালীয়ে লʼৰা-ছোৱালীবোৰক গালি পাৰিছে

উদাহরণ :

সমার্থক : কলি, কুসুমকলি, কোৰক, নুফুলা ফুল, ফুলকলি, ফুলৰ কলি, মুকুল