পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে মণি শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

মণি   বিশেষ্য

অর্থ : নৱবিধ ৰত্নৰ এবিধ ৰঙা মূল্যবান পাথৰ

উদাহরণ : সোণ, ৰূপ, মাণিকেৰে ৰজা দশৰথৰ ভঁ্ৰাল ভৰি আছিল

সমার্থক : মণি-মাণিক্য, মাণিক

অর্থ : বিন্ধা কৰিও পিন্ধিব পৰা এবিধ ৰত্ন

উদাহরণ : সীমাই মণিৰ মালা পিন্ধিছে

অর্থ : চকুৰ মাজভাগত থকা গোল কʼলা অংশ:চকুৰ ভিতৰৰ এটা অতি কোমল আৰু গুৰুত্বপূর্ণ অংশ হʼল চকুৰ মণি

উদাহরণ :

সমার্থক : অক্ষিগোল, অক্ষিতাৰকা, চকুৰ মণি, নেত্রতাৰকা, নয়নতৰা, নয়নমণি