পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ভৰপূৰ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ভৰপূৰ   বিশেষণ

অর্থ : যি ্ সর্বতোপ্রকাৰে পূর্ণ ্ বা ভৰি থকা

উদাহরণ : লালাজীৰ ঘৰ ধন-ধানেৰে পৰিপূর্ণ

সমার্থক : খুন্দখাই থকা-, ঠাহখাই থকা-, পূর্ণ, পৰিপূর্ণ, ভর্তি, সম্পূর্ণ

অর্থ : যিমান অধিক সোমাই থকিব পাৰে সিমান সোমাই থকা

উদাহরণ : পুখুৰীটো পানীৰে ভৰপূৰ

সমার্থক : ভৰ-পূৰ

অর্থ : সম্পূর্ণৰূপে ভৰি থকা

উদাহরণ : তেওঁ ্মোৰ হাতৰ পৰা গাখীৰেৰে ভৰপূৰ হৈ থকা গিলাচটো নমাই থʼলো