পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ভোকাতুৰ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ভোকাতুৰ   বিশেষ্য

অর্থ : যাৰ ভোক লাগিছে

উদাহরণ : আমি ভোকাতুৰক আহাৰ খুওৱা উচিত

ভোকাতুৰ   বিশেষণ

অর্থ : যাৰ ভোক লাগিছে

উদাহরণ : মাকে ভোকাতুৰ শিশুটোক গাখীৰ খুৱাইছে

সমার্থক : ক্ষুধাতুৰ, ক্ষুধান্বিত, ক্ষুধার্ত, ক্ষুধিত, বুভুক্ষিত, ভুকীয়া, ভুখাৰি, ভোকাল

অর্থ : যাৰ সদায় ভোক লাগি থাকে

উদাহরণ : ভোকাতুৰ ব্যক্তিয়ে সদায় কিবা নহয় কিবা খাই থাকে

অর্থ : যি ভোকত মৰো মৰো হয়

উদাহরণ : আজিকালি চহৰৰ ৰাস্তাত বহুতো ভোকাতুৰক ভিক্ষা খোজা দেখা যায়

সমার্থক : ক্ষুধার্ত, ক্ষুধিত, ভোকত মৰা-, ্ভোকাল