পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ভাৰ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ভাৰ   বিশেষ্য

অর্থ : যিটো কাৰোবাৰ ওপৰত জাপি দিয়া হয়

উদাহরণ : মই এশ কিলোতকৈ অধিক বোজা উঠাব নোৱাৰোঁ

সমার্থক : বোজা

অর্থ : কোনো কামত নলগাকৈ কাৰোবাৰ তত্ত্বাৱধানত থকা অৱস্থা

উদাহরণ : কর্মহীন ব্যক্তি পৃথিৱীৰ বোজা স্বৰূপ

সমার্থক : বোজ, বোজা

অর্থ : কোনো বস্তুৰ গুৰুত্ব বা গধুৰৰ পৰিমাণ

উদাহরণ : এই বস্তুটোৰ ওজন কিমান?

সমার্থক : ওজন, গধুৰতা, ভৰ

অর্থ : একেলগ কৰি বান্ধি থোৱা বস্তুৰ দʼম

উদাহরণ : খেতিয়কে ধানৰ বোজা গৰুগাড়ীত লাদি আছে

সমার্থক : বোজা

ভাৰ   ক্ৰিয়া

অর্থ : কিহবাৰ ওপৰত বস্তু ৰখা বা ভৰোৱা

উদাহরণ : মোৰ বস্তু এতিয়াও বোজা কৰা নাই ট্রাকত মালবস্তু বোজা কৰিলে

সমার্থক : বোজা