পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে বেত শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

বেত   বিশেষ্য

অর্থ : ধাতু, কাঠ আদিৰে নির্মিত মিহি দীঘল সৰঞ্জাম

উদাহরণ : তেওঁ ্ হাতেৰে ধাতুৰ মাৰিডাল বেঁক্া কৰি দিলে

সমার্থক : মাৰি, লাখুটি, লাঠি

অর্থ : এচাৰি হিচাপে ব্যৱহাৰ কৰা কোনো গছৰ শাখা

উদাহরণ : শ্যামৰ গৃহ-কর্ম অসম্পূর্ণ ্হোৱা কাৰণে অধ্যাপকে তাক বেতেৰে পিটিলে

অর্থ : এবিধ ্ কাঁইটীয়া লেহুকা গছ যাৰ গা-গছৰ পৰা পাচি, খৰাহি, মূঢ়া, চকী, টেবুল, লাখুটি, ৰচী আদি তৈয়াৰ কৰা হয়

উদাহরণ : মোহনে ঘৰৰ পিছফালে বেতৰ খেতি কৰিছে

সমার্থক : বেতস, বেতসলতা, বেত্র