সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : সংসদৰ দ্বাৰা অধিনিয়ম গৃহীত কৰা কার্য
উদাহরণ : ইয়াৰ বিধান অতি জৰুৰী
সমার্থক : আইন
অর্থ : কার্য ্কৰাৰ ৰীতি বা প্রণালী
উদাহরণ : সংসাৰত সকলো বিধিৰ বিধান অনুসৰি চলে
অর্থ : মানুহৰ আচাৰ-ব্যৱহাৰ নিয়ন্ত্রণৰ কাৰণে দেশৰ প্রশাসনে ঠিক কৰি দিয়া বিধি-বিধান, যাক পালন কৰাটো সকলোৰে কাৰণে বাধ্যতামূলক আৰু ইয়াক উলংঘা কৰিলে দণ্ড বিহা হয়
উদাহরণ : আইন বিৰোধী যিকোনো কামে আপোনাক সংকটত পেলাব পাৰে
সমার্থক : অধিনিয়ম, আইন, আইন-কানুন, কানুন, বিধি
ইনস্টল