পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে বিজ্ঞাপন শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

বিজ্ঞাপন   বিশেষ্য

অর্থ : কোনো বিষয়, মত বা কথাক বহু লোকৰ আগত দাঙি ধৰা কার্য

উদাহরণ : কোম্পানীবোৰে টিভি আদিৰ মাধ্যমেৰে নিজৰ উৎপাদিত সামগ্রীৰ প্রচাৰ চলায়

সমার্থক : প্রচাৰ

অর্থ : বিশেষভাৱে বাতৰি-কাকত, ৰেডিঅ, ্দূৰদর্শন আদিৰ জৰিয়তে কোনো বয়-বস্তু আদিৰ বিক্রী বা কোনো গুৰুত্ব পূর্ণ ্কথা আৰু খবৰ সকলো লোকৰ জ্ঞাতার্থে ্প্রচাৰ কৰা ব্যৱস্থা

উদাহরণ : আজিৰ বাতৰি-কাকত বিজ্ঞাপনেৰে ভৰি আছে

সমার্থক : ইস্তাহাৰ, বিজ্ঞপ্তি

অর্থ : কোনো খবৰ বাতৰি আদি জনোৱাৰ কাৰণে দেৱাল আদিত লগোৱা জাননী পত্র বিশেষ

উদাহরণ : এই চিনেমাখনৰ বিজ্ঞাপন গলিয়ে-গলিয়ে লগোৱা হৈছে

সমার্থক : ইস্তাহাৰ, পʼষ্টাৰ, পোষ্টাৰ