পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে বিজুলী শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

বিজুলী   বিশেষ্য

অর্থ : ডাৱৰৰ সঘন অহা-যোৱা কৰাৰ ফলত সঞ্চাৰিত হোৱা বিদ্যুৎশক্তিৰ ফলত আকাশত অলপ সময়ৰ কাৰণে দেখা দিয়া পোহৰ

উদাহরণ : আকাশত ৰৈ ৰৈ বিজুলী চমকিছিল

অর্থ : কোনো বিশেষ কামৰ জৰিয়তে উৎপন্ন কৰিব পৰা এক শক্তি যাৰ দ্বাৰা বস্তুৰ মাজত আকর্ষণ আৰু বি্কর্ষণ ্তথা তাপ আৰু পোহৰ উৎপন্ন কৰে

উদাহরণ : পানীৰ পৰা বিদ্যুৎ উৎপাদন কৰিব পাৰি

সমার্থক : বিদ্যুত, বিদ্যুৎ