পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে বিকাৰ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

বিকাৰ   বিশেষ্য

অর্থ : যি দোষৰ কাৰণে কোনো বস্তুৰ ৰূপ-ৰং সলনি হৈ যায় বা নষ্ট হৈ যাব ধৰে

উদাহরণ : পানীত ভিজা কাৰণে মাটিৰ মূর্তিটো বেয়া হৈ গʼল

সমার্থক : বিকৃতি, বেয়া

অর্থ : দেহ-মন আদিক অসুস্থ কৰি তোলা শাৰীৰিক প্রক্রিয়া

উদাহরণ : যত্ন নোলোৱা শৰীৰত নানান বেমাৰ হʼব পাৰে ডাঙৰ-ডাঙৰ ডাক্তৰেও ৰোগটো চিনাক্ত কৰিব নোৱাৰিলে

সমার্থক : অসুখ, অসুখ-বিসুখ, অস্বস্থতা, আজাৰ, আধি-ব্যাধি, আর্তি, নৰিয়া, বেমাৰ, বেমাৰ-আজাৰ, ব্যাধি, ৰোগ, ৰোগ-ব্যাধি, ৰোগভোগ