পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে বাহ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

বাহ   বিশেষ্য

অর্থ : খেৰ-কুটা আদিৰে সজা চৰাইৰ ঘৰ

উদাহরণ : ঘৰচিৰিকাৰ বাহত দুটা পোৱালিয়ে চিঁ-চিয়াই আছে

সমার্থক : নীড়

অর্থ : যি ঠাইত চৰায়ে ৰাতিটো পাৰ কৰে

উদাহরণ : এই আঁহত গছজোপাই এই ঠাইৰ চৰাইবোৰৰ বাহ

অর্থ : পাটৰ পলুৰ ঘৰ সোমাই থকা ঘৰ

উদাহরণ : পাটৰ পলু বাহত ডাঙৰ হয়

সমার্থক : লেটা