পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে বন্ধা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

বন্ধা   ক্ৰিয়া

অর্থ : বান্ধোন দৃঢ় বা টান কৰিবৰ কাৰণে ৰছি আদি টনা:ৰবিয়ে ধানৰ বোজাটো আটি বান্ধিলে

উদাহরণ :

সমার্থক : টান কৰা

অর্থ : চূর্ণ আদিক পিণ্ডৰ ৰূপলৈ অনা

উদাহরণ : নবৌৱে বেচনৰ লাৰু বান্ধি আছে

সমার্থক : লাৰু বনোৱা

অর্থ : যিকোনো বস্তুক একগোট কৰি বন্ধা

উদাহরণ : বিদেশ যাবৰ কাৰণে ৰামে নিজৰ সামগ্রী বান্ধিলে

সমার্থক : পেক কৰা

অর্থ : ৰচী, কাপোৰ আদিৰে মেৰিয়াই গাঁঠি দিয়া

উদাহরণ : তেওঁ খৰিবোৰ বান্ধি আছে

সমার্থক : গ্রন্থন কৰা, জৰী পকা

বন্ধা   বিশেষণ

অর্থ : যাক নিজৰ ইচ্ছানুসৰি বলপূর্বক্্ভাৱে কাম কৰোৱা হয়

উদাহরণ : ঠিকাদাৰে বন্ধা শ্রমিকসকলক বৰ কষ্ট দিয়ে