পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে বন্ধনী শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

বন্ধনী   বিশেষ্য

অর্থ : লিখাত ব্যৱহাৰ কৰা একপ্রকাৰ চিহ্নৰ যোৰা যাৰ ভিতৰত ব্যাখ্যা বা খবৰৰ ৰূপত কিবা লিখা হয়

উদাহরণ : এই সংখ্যাটো বন্ধনীৰ ভিতৰত লিখক

সমার্থক : বন্ধনী চিন, বন্ধনী চিহ্ন

অর্থ : কটা-চিঙা আদিত দৰব দি বান্ধিবৰ বাবে ব্যৱহাৰ কৰা ঠেক কপাহী কাপোৰ

উদাহরণ : তেওঁ ্ ঘাঁডোখৰত পটি বান্ধিবৰ কাৰণে শল্য-চিকিৎসকৰ ওচৰলৈ গৈছে

সমার্থক : ধৰণি, পটি, পটী, পট্টি, পট্টী, বেণ্ডেজ, বেন্দেজ