পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে বন্দী শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

বন্দী   বিশেষ্য

অর্থ : অপৰাধী, শত্রু আদি ধৰা কার্য

উদাহরণ : পুলিচে স্পর্শ্্কাতৰ এলেকাৰ অপৰাধীবোৰক বন্দী কৰিবলৈ আৰম্ভ কৰিছে

সমার্থক : কয়দ

অর্থ : যিজন ব্যক্তিক বলপূর্বক্্ভাৱে কোনোৱে ৰাখি থৈছে

উদাহরণ : পুলিচে দুজন বন্দীলোকক উগ্রপন্থীৰ হাতৰ পৰা মুক্ত কৰিলে

অর্থ : কোনো ঠাই আদিত বন্দী কৰি ৰখা কার্য

উদাহরণ : পণ্ডিত জৱাহৰলাল নেহৰুৱে কাৰাবাস খাতি থাকোতেও একেৰাহে লিখা-মেলা কৰি আছিল

সমার্থক : কাৰাবাস, কয়েদ

অর্থ : যাক জেলত ৰখা হৈছে বা জেলৰ শাস্তি বিহা হৈছে

উদাহরণ : এজন কয়দী জেলৰ পৰা পলাল

সমার্থক : কাৰাবাসী, কয়দী