পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে বট্টী শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

বট্টী   বিশেষ্য

অর্থ : লʼৰা-ছোৱালীৰ দ্বাৰা কট্টীক বাতিল কৰি পুনৰ মিত্ৰতাৰ সম্বম্ধ স্থাপন কৰা কাৰ্য যʼত তেওঁলোকে হাতৰ কিছুমান আঙুলি পৰস্পৰে স্পৰ্শ কৰা কাৰ্য

উদাহরণ : লʼৰা-ছোৱালীয়ে কথাই কথাই কট্টী কৰি পিছত বট্টী কৰি লয়

সমার্থক : বাট্টী

অর্থ : পূঁজ ্ শুকাবৰ কাৰণে ঘাঁত দিয়া কাপোৰৰ টুকুৰা

উদাহরণ : চিকিৎসকে তেওঁৰ ্ ঘাঁত পট্টী বান্ধি আছে

সমার্থক : পট্টী