পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ফৰিয়াদী শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ফৰিয়াদী   বিশেষ্য

অর্থ : আদালতত কোনো গোচৰ উপস্থাপন কৰা ব্যক্তি

উদাহরণ : ফৰিয়াদীয়ে নিজৰ পক্ষক সবল কৰিবলৈ ভালেমান প্রমাণ গোটাইছে

সমার্থক : অভিযোগকাৰী, গুচৰীয়া

অর্থ : অভিযোগ লগোৱা কার্য

উদাহরণ : তেওঁ বহুত ্ ভাবি-চিন্তি গুচৰীয়াৰ আঁচনি প্রস্তুত কৰিছে

সমার্থক : গুচৰীয়া

ফৰিয়াদী   বিশেষণ

অর্থ : যি গোচৰ দিয়ে বা ফৰিয়াদ কৰে

উদাহরণ : দ্বাৰপালে ফৰিয়াদী ব্যক্তিজনক ৰজাৰ ওচৰলৈ যাবলৈ নিদিলে

সমার্থক : গুচৰীয়া

অর্থ : প্রার্থ্্না বা আবেদন কৰোঁতা

উদাহরণ : আজি প্রার্থী ্কর্ম্্চাৰীসকলৰ আবেদন-পত্রৰ বিচাৰ কৰা হʼব

সমার্থক : নিবেদক, প্রার্থী, প্রার্থ্্না কর্তা