পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ফুলা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ফুলা   ক্ৰিয়া

অর্থ : কলি ফুললৈ সলনি হোৱা ৰূপ

উদাহরণ : সূর্যৰ ্ পোহৰ পোৱাৰ লগে লগে অনেক কলি ফুলিল

সমার্থক : কলি পেলা, কলিয়া, পুষ্পান্বিত হোৱা, ফুল ধৰা, মঞ্জৰিত হোৱা, মলিয়া

অর্থ : আঘাত, ৰোগ আদিৰ বাবে শৰীৰৰ কোনো অংগ (বিষৰ সৈতে) ফুলি উঠা

উদাহরণ : আঘাত পোৱাৰ ফলত তেওঁৰ আঠুটো ফুলি গʼল

অর্থ : কোনো বস্তুৰ ভিতৰ ভাগত বতাহ, তৰল পদার্থ আদি ভৰি যোৱাৰ বাবে বেছি প্রসাৰিত হোৱা বা বাঢ়ি যোৱা

উদাহরণ : এই বেলুনটো বহুত ফুলেপানীত তিয়াই থোৱা ৰুট ফুলি গʼল

অর্থ : ফুলেৰে যুক্ত হোৱা ফুল ধৰা

উদাহরণ : খেতি পথাৰত সৰিয়হ ফুলিছে

সমার্থক : পুষ্পিত হোৱা