পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ফুটা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ফুটা   বিশেষ্য

অর্থ : কোনো ঠাইৰ মাজৰ খালী অংশ

উদাহরণ : সাপটো ফুটাটোৱেদি কোঠাটোত সোমাল

সমার্থক : ছিদ্র, জলা, বিন্ধা, ৰন্ধ্র

অর্থ : ছেদ কৰা কার্য

উদাহরণ : গহনা পিন্ধিবৰ কাৰণে মহিলাসকলে নাক আৰু কাণত ফুটা উলিয়ায় লয়

সমার্থক : ছেদন

ফুটা   ক্ৰিয়া

অর্থ : কোনো ধৰণৰ পাতলীয়া আৱৰণযুক্ত আৰু ভিতৰৰ ভাগ ফোপোলা বা কোনো কোমল বস্তুৰে ভৰি থকা বস্তু ফাটি যোৱা এক অৱস্থা

উদাহরণ : এই ঢোলকটো ফুটি থাকিল

সমার্থক : ফুটি থকা

অর্থ : টান বা গোটা বস্তুৰ আঘাতত ভাঙি যোৱা কার্য

উদাহরণ : কলহটো ফুটিল

সমার্থক : ভগ্ন হোৱা

অর্থ : ভৰি পৰাৰ বাবে আৱৰণ ফালি ওলাই অহা

উদাহরণ : ফোঁহাটো ফুটিলে, এতিয়া সোনকালে শুকাই যাব