পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ফাকি শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ফাকি   ক্ৰিয়া

অর্থ : এৰি চলিবৰ কাৰণে অজুহাত দেখুওৱা বা ইটো-সিটো কথা কৈ কাৰোবাক আঁতৰোৱা

উদাহরণ : তেওঁ ্ মোৰ টকাখিনি পৰিশোধ নকৰি ফাকি-ফুকা কৰি আছে

সমার্থক : এৰাই ফুৰা, পুলুকা মৰা, ফাকি-ফুকা, বাগি দিয়া

ফাকি   বিশেষণ

অর্থ : যি সত্যৰ ওপৰত আধাৰিত নহয়

উদাহরণ : সাক্ষীৰ মিছা জবানবন্দীত নি্র্দোষীজনৰ ্ ফাঁচী হʼল

সমার্থক : অপ্রকৃত, অসত্য, আসৈ, ঝুট, ঝুঠা, মিছা, মিথ্যা