পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ফটা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ফটা   বিশেষ্য

অর্থ : কিছুমান সাপৰ শিৰ বহলাই গছৰ পাতৰ দৰে আকাৰ কৰা ৰূপ

উদাহরণ : সাপডালে বীণৰ মাত শুনি তাৰ ফণা তুলি ইফালে-সিফালে ঘূৰিবলৈ ধৰিলে

সমার্থক : চকৰ, ফণা, ফেঁট, ্ফেণা

ফটা   ক্ৰিয়া

অর্থ : কোনো ওজনৰ বস্তু এনেদৰে ফাট মেলা যে ভিতৰৰ বস্তু বাহিৰত ওলাই পৰে বা দেখা যায়

উদাহরণ : তেওঁৰ ্ জোলোঙা ফাটিল আৰু সকলো বস্তু বাটত চিটিকি পৰিল

সমার্থক : ফাটি যোৱা

অর্থ : কোনো বস্তুৰ পৰা কোনো অংশ আঁতৰ হৈ পৰা

উদাহরণ : শিমলু গছৰ ফল শুকাই যোৱাৰ লগে লগে ফাটি যায়

সমার্থক : আঁতৰি যোৱা, আঁ্তৰা, ফাটি যোৱা

অর্থ : গাখীৰৰ সাৰ আৰু পানী অংশ পৃথক হৈ পৰা এক প্রাকৃতিক প্রক্রিয়াৰ কার্য

উদাহরণ : গৰমৰ দিনত সাধাৰণতেই গাখীৰ ফাটে

সমার্থক : ফাটি যোৱা

ফটা   বিশেষণ

অর্থ : কোনো বিক্রিয়াৰ কাৰণে এটা অৱস্থাৰ পৰা অন্য এক অৱস্থালৈ গতি কৰা

উদাহরণ : মায়ে ফটা গাখীৰৰ পৰা মিঠাই বনাই আছে