পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে পৰীক্ষা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

পৰীক্ষা   বিশেষ্য

অর্থ : কাৰোবাৰ যোগ্যতা বা জ্ঞান পৰীক্ষা কৰিবৰ কাৰণে তেওঁক প্রশ্ন ্ সোধা কার্য, ্ যাৰ ভিত্তিত ্ তেওঁক উত্তী্র্ণ ্ বা অনুত্তী্র্ণ ্ কৰা হয়

উদাহরণ : ৰামে মেট্রিক পৰীক্ষা পাছ কৰিবৰ কাৰণে বহুত কষ্ট কৰিছে

অর্থ : কোনো বস্তুৰ গুণাগুণ আদিৰ বিষয়ে জানিবৰ কাৰণে কৰা ব্যৱহাৰ

উদাহরণ : ৰচী টনা শক্তি পৰীক্ষাৰ এটা খেল

সমার্থক : বিচাৰ

অর্থ : শৰীৰত কোনো ৰোগ আছে নে নাই বা যদি আছে তাৰ কাৰণ জানিবৰ কাৰণে চিকিৎসকে চোৱা-চিতা কৰা ক্রিয়া

উদাহরণ : এই ৰোগীজনৰ পৰীক্ষা এজন বহুত ডাঙৰ ডাক্তৰৰ দ্বাৰা কৰিবলগীয়া আছে

অর্থ : বিশেষভাৱে কোনো ৰোগ আদিৰ কাৰণ জানিবৰ কাৰণে শৰীৰৰ অংগ-প্রত্যঙ্গৰ পৰীক্ষা কৰা কার্য

উদাহরণ : মই নিজৰ তেজ পৰীক্ষা কৰিবলগীয়া আছে

অর্থ : যি যোগ্যতা, সামর্থ্য, গুণাগুণ, পৰিমাণ, কৃতিত্ব আদিৰ বিচাৰ কৰে

উদাহরণ : গুৰু ৰামদাসে শিষ্যৰ পৰীক্ষা লʼবৰ কাৰণে তেওঁলোকক বাঘিনীৰ গাখীৰ আনিবলৈ দিলে

সমার্থক : নিৰূপণ, পৰখ, পৰীক্ষণ, পৰীক্ষা-নিৰীক্ষা