পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে পৰা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

পৰা   বিশেষ্য

অর্থ : পৰা কার্য

উদাহরণ : ছাদৰ পৰা তেওঁ ্পৰা কোনেও নেদেখিলে

পৰা   ক্ৰিয়া

অর্থ : দুখ, কষ্ট আদি ওলাই অহা

উদাহরণ : তেওঁৰ ওপৰত কিমান বিপদৰ ধমুহা পৰিল, তথাপি ্তেওঁ অলপো বিচলিত নহʼল

অর্থ : বেমাৰ হৈ বিছনাত পৰি থকা

উদাহরণ : ৰঘুনাথে কেবামাহো ধৰি বিছনাত পৰি আছে

অর্থ : ৰাস্তাত হোৱা বা পথৰ মাজত পোৱা

উদাহরণ : ৰাজনন্দ গাঁৱেৰে দুর্গলৈ যোৱাৰ মাজত শিৱনাথ নদী পৰে

অর্থ : উৎপন্ন হোৱা

উদাহরণ : আজি গাখীৰৰ ওপৰত মলাই পৰিল

অর্থ : কোনো মূল্যৰ বিনিময়ত লাভ কৰা বা পোৱা

উদাহরণ : এই গাড়ীখনত কিমান দাম পৰিল

অর্থ : মূল্য অৱনমিত হোৱা বা কমি অহা

উদাহরণ : আজিকালি সোণৰ দাম নামিছে

সমার্থক : কমা, নমা

অর্থ : আৱশ্যকতা হোৱা

উদাহরণ : আমি মাজত কথা কʼবলৈনো কি গৰজ পৰিছে

সমার্থক : গৰজ পৰা

অর্থ : ওপৰৰ পৰা তললৈ অহা, যিটো দুর্ঘটন্া হিচাপে পৰিগণিত ???

উদাহরণ : তেওঁ ্ চাঁদৰ পৰা পৰিল ঘটিৰ গাখীৰখিনি বাগৰি পৰিল

সমার্থক : (বাগৰি পৰা, লুটি খাই পৰা)

অর্থ : প্রবিষ্ট হোৱা

উদাহরণ : ঘিউখিনিত চৰাইটো পৰিল

অর্থ : মাজত আহি যোৱা কার্য

উদাহরণ : এইটো আমাৰ মাজৰ কথা, তুমি ..... নোসোমাবা

অর্থ : অভ্যাসত পৰিণত হোৱা এক অৱস্থা

উদাহরণ : তেওঁৰ মদ ্খোৱাৰ গতত পৰিল

অর্থ : এঠাইৰ পৰা পৰি বা উফালখাই যোৱা অথবা কোনো প্রকাৰে এঠাইৰ পৰা আন ঠাইত গৈ উপনীত হোৱা

উদাহরণ : গছৰ তলত বহুত গুটি পৰি আছে

অর্থ : কাৰোবাৰ ঘৰত নিষ্কর্মা হৈ পৰি থকা

উদাহরণ : তেওঁ দিনৰ দিনটো ঘৰতে পৰি থাকে, একো কাম-বন নকৰে

সমার্থক : পৰি থকা