পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে পোৱা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

পোৱা   বিশেষ্য

অর্থ : কোনো বস্তুৰ চাৰিভাগৰ এভাগ

উদাহরণ : ইয়াৰ ওজন এপোৱা

সমার্থক : এক চতুর্থাংশ, এপোৱা, পঁচিশ শতাংশ, ২৫ শতাংশ

পোৱা   ক্ৰিয়া

অর্থ : সমান অৱস্থাত উপনীত হোৱা অৱস্থা

উদাহরণ : তুমি নিজৰ ককাইদেউৰ বিদ্বানতা কেতিয়াও নোপোৱা

অর্থ : কোনা প্রতিযোগিতা, পৰীক্ষা আদিত কোনো মূল্যাঙ্কন, স্থান আদি লাভ কৰা

উদাহরণ : এই খেলত মই প্রথম স্থান লাভ কৰিলোঁ

সমার্থক : লাভ কৰা

অর্থ : সুখ, দুখ আদি সহা কার্য

উদাহরণ : তেওঁ নিজৰ ্কর্মৰ ফল ভুগি আছে

সমার্থক : ভোগা

অর্থ : কোনো প্রকাৰে নিজৰ অধিকাৰলৈ অহা

উদাহরণ : মই ৰামৰ পৰা এশ টকা পালোঁ

সমার্থক : লাভ কৰা

অর্থ : উপল্্ব্ধ হোৱা

উদাহরণ : এই ঔষধি গছজোপা কেৱল হিমালয়তহে পায়

সমার্থক : পোৱা যায়

অর্থ : কোনো পদ, স্থান আদিলৈকে আহি পোৱা

উদাহরণ : নিজৰ কষ্টৰ বলত ্তেওঁ ই্মানখিনিলৈকে পালেহি

অর্থ : কোনো খবৰ ৰখা বা বুজি পোৱাত সমর্থ ্হোৱা

উদাহরণ : অন্ততঃ মই এই সিদ্ধান্তত পালোঁহি

সমার্থক : উপনীত হোৱা

অর্থ : প্রাপ্ত হোৱা বা পোৱা কার্য

উদাহরণ : তেওঁৰ ্ হেৰুৱা বস্তুটো পালেনে নাই মই বহুত ধন লাভ কৰিলো

সমার্থক : প্রাপ্তি ঘটা, লাভ কৰা

অর্থ : পৰি থকা বস্তু উঠোৱা

উদাহরণ : আজি মহাবিদ্যালয়ৰ প্রাংগনত মই এটা ঘড়ী পালো

অর্থ : ভেটা-ভেটি হোৱা বা সাক্ষাৎ হোৱা

উদাহরণ : আজি মই ্ শর্মাৰ ঘৰলৈ গৈছিলো, কিন্তু তেওঁক ্ লগ নাপালো

সমার্থক : ভেটা-ভেটি হোৱা, মুখা-মুখি হোৱা, লগ পোৱা, সাক্ষাৎ লাভ কৰা

অর্থ : কোনোবাই পঠোৱা বা কʼৰবাৰ পৰা অহা কোনো বস্তু প্রাপ্তি

উদাহরণ : তিনি সপ্তাহ আগতেই পঠোৱা চিঠিখন মোৰ ওচৰ এতিয়াও পোৱাহি নাই

সমার্থক : আহি পোৱা, লাভ কৰা

অর্থ : নিজৰ অধিকাৰ সাব্যস্ত কৰা

উদাহরণ : অশোকে কলিংগত জয় লাভ কৰিছিল

সমার্থক : প্রাপ্ত কৰা, লাভ কৰা

অর্থ : এঠাইৰ পৰা আন ঠাইত উপস্থিত হোৱা:সি বজাৰৰ পৰা আহিল ্ তেওঁ ্ এইমাত্র উপস্থিত হʼল

উদাহরণ :

সমার্থক : অহা, আগমন কৰা, উপস্থিত হোৱা

অর্থ : কোনো এক অৱস্থাৰ পৰা অন্য কোনো এক অৱস্থাত উপনীত হোৱা কার্য

উদাহরণ : ৰহীম খুৰা মৃত্যুৰ দুৱাৰদলিত আহি পাইছেহি

সমার্থক : উপনীত হোৱা

অর্থ : কোনো বিষয়ত কাৰোবাৰ সমান সমান কৰা

উদাহরণ : মোৰ দেউতাই মোক পঢ়াই-শুনাই ইয়ালৈকে পোৱালেহি

অর্থ : পায় যোৱা

উদাহরণ : এই কাম কৰি মই অত্যাধিক প্রসন্নতা পালো

সমার্থক : লাভ কৰা

পোৱা   বিশেষণ

অর্থ : চাৰিভাগৰ এক অংশ

উদাহরণ : তেওঁ ্দোকানৰ পৰা এক পোৱা ঘিঁউ কিনিলে

অর্থ : যিটো কোনো প্রকাৰে নিজৰ অধিকাৰলৈ আহিছে বা অনা হৈছে

উদাহরণ : তেওঁ নিজৰ পিতৃৰ দ্বাৰা প্রাপ্ত ধন গৰীবৰ মাজত ভগাই দিলে

সমার্থক : উপার্জিত, প্রাপ্ত, হস্তগত

অর্থ : নিৰ্দিষ্ট স্থানত উপনীত কৰা

উদাহরণ : পোৱা সামগ্ৰীখিনিৰ তালিকা কʼত আছে