পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে পোৰা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

পোৰা   ক্ৰিয়া

অর্থ : জুই আদি লাগি নষ্ট হোৱা বা বেয়া হোৱা

উদাহরণ : এই কিতাপখনৰ কিছুমান পাত জুয়ে পুৰিলে

সমার্থক : জলা, জ্বলা, জ্বলি যোৱা, পোৰা যোৱা

অর্থ : শৰীৰৰ কোনো অংগ শুকাই যোৱাৰ কাৰণে বিষ অনুভৱ কৰা কার্য

উদাহরণ : এমাহ ধৰি একেৰাহে ৰʼদত কাম কৰাৰ কাৰণে মোৰ শৰীৰটো পুৰি আছে

সমার্থক : চমচমোৱা

অর্থ : পানীৰ নোহোৱাকৈ গৰম কৰি ৰন্ধা কার্য

উদাহরণ : ৰহিমে মাছ পুৰি আছে

সমার্থক : ভজা, ভজা-পোৰা

অর্থ : জ্বলন বা পোৰণ অনুভব কৰা

উদাহরণ : মোৰ ভৰিকেইখন গৰমৰ দিনত বহুত পোৰে