পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে পৃষ্ঠভূমি শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

পৃষ্ঠভূমি   বিশেষ্য

অর্থ : পূর্বৰ ্কোনো ঘটনা বা পৰিস্থিতি যাৰ আগত বা সন্মুখত কোনো বিশেষ কথা বা ঘটনা থাকে আৰু যাৰ লগত মিলালে সেই কথা বা ঘটনাৰ ৰূপ স্পষ্ট হয়

উদাহরণ : এই ঘটনাৰ পৃষ্ঠভূমিও কʼব, তেতিয়াহে আমি কিবা বুজিব পাৰিম

অর্থ : কোনো বস্তুৰ পৃষ্ঠত বা পিছফালে থকা ভূমি বা তল

উদাহরণ : এই চিত্রখনৰ সেউজীয়া পৃষ্ঠভূমিখনবৰ মনোমোহা হৈছে

সমার্থক : পৃষ্ঠ-ভূমি

অর্থ : কোনো ব্যক্তিৰ পূর্বৰ অনুভৱ, শিক্ষা আদি

উদাহরণ : এই কামৰ বাবে আপোনাৰ পৃষ্ঠভূমি বৰ মজবুত

অর্থ : অংকিত দৃশ্য, ঘটনা আদিৰ এক আশ্রয় বা আধাৰ

উদাহরণ : এই চিনেমাখন পাৰিবাৰিক পটভূমিত বনোৱা হৈছে

সমার্থক : পটভূমি, পৃষ্ঠ-ভূমি

অর্থ : মূর্তি অথবা ছবিৰ সকলোতকৈ পিছত থকা অংশ যি অংকিত দৃশ্যৰ ঘটনাৰাজি বোধ্যগম্য হোৱাত সহায়ক হয়

উদাহরণ : এই চিত্রখনৰ পৃষ্ঠভূমি অতি সুন্দৰ হৈছে

সমার্থক : পশ্চাদপট