পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে পুনৰাবৃত্তি শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

পুনৰাবৃত্তি   বিশেষ্য

অর্থ : কোনো পদৰ প্ৰথম অংশৰ পৰা কিছুমান বাক্য তাৰ পিছৰ ভাগত অৰ্থ স্পষ্ট কৰিবৰ কাৰণে অনা কাৰ্য

উদাহরণ : এই কবিতাটোত ভালেমান ঠাইত পুনৰাবৃত্তি হৈছে

অর্থ : বাৰে-বাৰে কৰা কোনো কামৰ অভ্যাস

উদাহরণ : এই বাক্যত ৰাম শ্্ব্দৰ পুনৰাবৃত্তি তিনিবাৰ হৈছে

সমার্থক : আবৃত্তি

অর্থ : কোনো স্থানত কোনো নিয়ম বাৰে-বাৰে লগোৱা কার্য

উদাহরণ : ইয়াৰ পুনৰাবৃত্তি আৱশ্যক নহয়

অর্থ : কাৰোবাক কোৱা কোনো কথা পুনৰ দোহৰা কাৰ্য

উদাহরণ : মাকৰ মুখৰ পৰা শিশুৰ পুনৰাবৃত্তি শুনি তেওঁ হাঁহি দিলে

সমার্থক : পুনৰকথন