পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে পাৰি শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

পাৰি   বিশেষ্য

অর্থ : কোনো বস্তু আদিৰ কাষৰ সজ্জিত অংশ

উদাহরণ : এই ধুতিখনৰ কাষৰি বৰ ভাল লাগিছে

সমার্থক : কাষৰি

অর্থ : শাৰী, ধুতি আদিৰ কিনাৰ যাৰ দীঘৰ কাষত বেলেগ ৰঙৰ সূতাৰে বোৱা বা চিলোৱা থাকে

উদাহরণ : তেওঁ ধুতিখনৰ পাৰিটো ফালি পেলাই দিলে

অর্থ : দাঁতৰ শাৰী

উদাহরণ : সীতাৰ দাঁতৰ পাৰি ডালিমৰ গুটিৰ নিচিনা

সমার্থক : দাঁতৰ পাৰি