পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে পাৰা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

পাৰা   বিশেষ্য

অর্থ : সাধাৰণতে দ্রৱ হিচাপে পোৱা এবিধ বগা, গধুৰ আৰু উজ্জ্বল ধাতু:পাৰা এবিধ তৰল ধাতু

উদাহরণ :

সমার্থক : তৰলধাতু, পাৰদ, মার্কাৰি, সিদ্ধধাতু, সিদ্ধৰস, স্বর্ণসিন্দূৰ, ৰসধাতু, ৰসেন্দ্র, ৰসোত্তম, ৰহ

অর্থ : মানুহে নাৱত উঠিবলৈ, পানী ভৰাবলৈ বা গা ধুবলৈ ব্যৱহাৰ কৰা নদী আৰু জলাশয়ৰ কাষৰ ঠাই:তেওঁ ্ ঘাটত বহি নাৱৰ বাবে অপেক্ষা কৰি আছিল

উদাহরণ :

সমার্থক : ঘাট, পাৰ, পাৰ-ঘাট