পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে পতা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

পতা   বিশেষ্য

অর্থ : খোজকাঢ়োতে মাটি ্ স্পর্শ ্ কৰা ভৰিৰ একেবাৰে তলৰফালে থকা অংশ

উদাহরণ : তেওঁৰ ভৰিৰ পতাত কিহবাই বিন্ধিলে

সমার্থক : চৰণতল, পদতল, পাদতল, পাদমূল, ভৰিৰ তলুৱা, ভৰিৰ পতা

অর্থ : চকুৰ ওপৰৰ ছালৰ আচ্ছাদন যি নামি আহিলে চকু জাপ খাই যায়

উদাহরণ : কেচুৱাটোৱে বাৰে-বাৰে চকুৰ পতা মাৰি আছে

সমার্থক : চকুৰ পতা, নেত্রপল্লৱ

পতা   ক্ৰিয়া

অর্থ : অনুকূল হোৱা

উদাহরণ : আৰে ! সেই ছোৱালীজনী পতি গʼল