পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে পঢ়া শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

পঢ়া   বিশেষ্য

অর্থ : কিতাপ বা লিখনি আদিত লিখিত কথা বা বিষয় চোৱা বা পঢ়া কার্য

উদাহরণ : ৰামে বেদ পাঠ কৰি আছে

সমার্থক : পঠন, পাঠ কৰা

পঢ়া   ক্ৰিয়া

অর্থ : লেখা বা লিখিত শ্্ব্দৰ উচ্চাৰণ কৰা কার্যএ

উদাহরণ : মোহিতে দেউতাকৰ পত্র পঢ়ি আছে

অর্থ : কাৰোবাক শুনাবৰ কাৰণে বা স্মৰণশক্তিৰে বা কিতাপ আদিৰ পৰা মন্ত্র, কবিতা আদি কোৱা

উদাহরণ : জাহ্নৱীয়ে আদি শংকৰাচার্যৰ ভজগোবিন্দম স্বামীজীৰ আগত পঢ়িলে

অর্থ : কিতাপ বা ৰচনা আদিত লিখিত কথাৰ জ্ঞান লাভ কৰিবলৈ তাক চকু ফুৰোৱা কার্য

উদাহরণ : আমি ভ্রমণ কৰা সময়ত কাকত-আলোচনী পঢ়ো

অর্থ : শিক্ষা বা জ্ঞান লাভৰ কাৰণে গ্রন্থ আদি বহুবাৰ পঢ়া কার্য

উদাহরণ : পৰীক্ষাৰ আগত তেওঁ সকলো বিষয় ভালদৰে পঢ়িছে

সমার্থক : অধ্যয়ন কৰা

অর্থ : শিক্ষা গ্রহণ কৰা

উদাহরণ : বিয়া হৈ যোৱাৰ পিছতো শীলাি পঢ়ি আছে

সমার্থক : পঢ়াশুনা কৰা