পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে নোট শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

নোট   বিশেষ্য

অর্থ : চৰকাৰে প্রচলন কৰা এক বিশেষ ধৰণৰ কাগজ যʼত টকাৰ সংখ্যা ছপা কৰা থাকে আৰু যাক টকাৰ মুদ্রাৰ সমৰূপত চলোৱা হয়

উদাহরণ : তেওঁ ্ মোক এশ এশকৈ নোটবোৰ দেখুৱাই আছিল

অর্থ : কোনো ব্যাখ্যা আদিৰ সংক্ষিপ্ত আলেখ্য

উদাহরণ : তুমি মোক সেইদিনাৰ পাঠদানৰ নোটখিনি দিব পাৰিবানে ?

সমার্থক : টোকা

অর্থ : মনত ৰাখিবৰ বাবে লিখি বা ওলমায় ৰখা বস্তু

উদাহরণ : নোটটো ফ্রিজৰ ওপৰত লগায় দিবা

সমার্থক : টোকা