পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে নি্র্বাসন শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

নি্র্বাসন   বিশেষ্য

অর্থ : দেশৰ পৰা বাহিৰ কৰি দিয়া শাস্তি

উদাহরণ : বৃটিছৰ ৰাজত্বকালত স্বাধীনতা যুঁ্জাৰুসকলক শাস্তি হিচাপে নি্র্বাসন দি আন্দামানলৈ পঠোৱা হৈছিল

সমার্থক : দেশত্যাগী হোৱা-, দেশান্তৰী, নি্র্ব্বাসন

অর্থ : কাৰোবাক শাস্তি স্বৰূপে কোনো ঠাই, অঞ্চল আদিৰ পৰা আঁ্তৰাই অন্য কোনো দূৰৱর্তী ঠাইলৈ পঠিওৱা কার্য

উদাহরণ : অজাতি ছোৱালী বিয়া কৰোৱাৰ কাৰণে মঙ্গলুক নিজ জাতিৰ পৰা নি্র্বাসন দিলে

অর্থ : একপ্রকাৰৰ শাস্তি যʼত অপৰাধীক এক নির্দিষ্ট সময়লৈকে একোখন ঠাইত প্রৱেশৰ বাধা আৰোপ কৰা হয়

উদাহরণ : এই চিনেমাখনত নায়কজন নি্র্বাসন দিয়া হয়