পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে নাড়ী শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

নাড়ী   বিশেষ্য

অর্থ : শৰীৰৰ পৰা কলিজালৈ তেজ অনা-নিয়া কৰা নলী

উদাহরণ : বেজে নাড়ী পৰীক্ষা কৰিছে

সমার্থক : ধমনী, শিৰা, সিৰ

অর্থ : জৰায়ুজ জন্তুৰ পেটৰ সোমাজত থকা ঘূৰণীয়া খোৰ বা গাঁত যʼত গর্ভাৱস্থাত জৰায়ুনলী লগ-লাগি থাকে

উদাহরণ : এই কেঁচুৱাটোৰ নাড়ী পকিছে

সমার্থক : উদৰাবর্ত, নাই, নাড়ি, নাভি, নাভিকুণ্ডল, নাভিকুণ্ডলী, নাভিকূপ, নাভিদেশ, নাভিমণ্ডল, নাভিস্থল

অর্থ : শৰীৰত তন্তুময় সংযোগী শিৰাৰে গঠিত হোৱা সেই নলী যি পেশীক হাড় বা অন্য কোনো ভাগৰ সৈতে সংলগ্ন কৰি ৰাখে

উদাহরণ : আমাৰ শৰীৰত গোৰোহাৰ পিছফালে সকলোতকৈ সবল সিৰাডাল আছে

সমার্থক : ধমনী, সিৰা

অর্থ : প্রাণীৰ পেটৰ ভিতৰত থকা এক বিশেষ নলী যি গুহ্যদ্বাৰলৈকে থাকে আৰু যাৰ মাজেদি মল বা অদৰকাৰী পদার্থ ্ বাহিৰ হৈ যায়

উদাহরণ : আমিষভোজী মানুহৰ অন্ত্রৰ ভিতৰখন লাহে-লাহে ডাঙৰ হৈ যায়

সমার্থক : অন্ত্র, অন্ত্রজঠৰ, নাড়ি, নাড়ি-ভুড়ু