পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে নাটক শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

নাটক   বিশেষ্য

অর্থ : ৰংগমঞ্চত অভিনেতাই কৰা অংগীভংগী, বেশভূষা আৰু কথোপকথন জৰিয়তে কৰা ঘটনাৰ প্রদর্শন

উদাহরণ : গায়নৰ লগতে বাদনো নাট্য ক্ষেত্রত আৱশ্যক

সমার্থক : নাট্য

অর্থ : এবিধ সাহিত্যকৃতি যাক ৰংগমঞ্চত অভিনেতা-অভিনেত্রীৰ অঙ্গী-ভঙ্গী, কথোপকথন আদিৰ দ্বাৰা প্রদর্শিত কৰা হয়

উদাহরণ : তেওঁ লিখা ভালেমান নাটক ৰংগমঞ্চত প্রদর্শিত হৈছে

সমার্থক : নাট, নাটিকা, নাট্য

অর্থ : কাৰোবাক ঠগিবৰ কাৰণে সজা ৰূপ বা কৰা কাম

উদাহরণ : তেওঁ ্বেমাৰ হোৱাৰ ভাও জুৰি আছে

সমার্থক : অভিনয়, ভাও জোৰা