পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে নম্বৰ তালিকা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

নম্বৰ তালিকা   বিশেষ্য

অর্থ : পৰীক্ষাৰ সকলো বিষয়তে লাভ কৰা নম্বৰৰ বিৱৰণ থকা তালিকা পত্র বিশেষ

উদাহরণ : মোৰ দশমমান শ্রেণীৰ নম্বৰ তালিকাখন কʼৰবাত হেৰাল

সমার্থক : মার্কশ্বিট

অর্থ : খেল আদিত সন্মিলিত হোৱা প্রতিযোগীসকলে লাভ কৰা নম্বৰৰ তালিকা বিশেষ

উদাহরণ : তিনিখন মেচত ন নম্বৰ লাভ কৰি ভাৰত নম্বৰ তালিকাত সকলোতকৈ শী্র্ষত আছে

সমার্থক : নম্বৰ-তালিকা