পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে নজৰ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

নজৰ   বিশেষ্য

অর্থ : চোৱা কার্য ্বা ঢং

উদাহরণ : চাৱনি দেখিয়েই আমি বুজিলো যে তেওঁ বহুত খঙত আছে

সমার্থক : চাৱনি, দৃষ্টি

অর্থ : কোনো বস্তু বা ব্যক্তিক নির্দিষ্ট ঠাইৰ পৰা আঁতৰি নাযাবলৈ আৰু চোৱা-চিতা বা ৰক্ষণাবেক্ষণ দিবৰ কাৰণে নিযুক্ত কৰা প্রহৰীৰ কার্য

উদাহরণ : প্রহৰীজনে ক্ষীপ্রতাৰে পহৰা দি আছে

সমার্থক : চকিদাৰি, পহৰা

অর্থ : কোনো ধুনীয়া বা প্রিয় মানুহ বা বস্তুৰ ওপৰত পৰা দৃষ্টি বা বেয়া প্রভাৱ

উদাহরণ : মাকে শিশুটোক মানুহৰ নজৰৰ পৰা বচাবৰ বাবে কপালত কʼলা ফোট দিলে

সমার্থক : কুদৃষ্টি, বেয়া নজৰ

অর্থ : দোষ-গুণৰ সঠিক নি্র্ণয় ্কৰা দৃষ্টি

উদাহরণ : তেওঁৰ ্নজৰ মানিব লাগিব