পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ধপাত শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ধপাত   বিশেষ্য

অর্থ : বিড়ি, চিগাৰেট আদিত ভৰাই সোপা বা চূণৰ লগত খোৱা ধপাতৰ শুকান পাত

উদাহরণ : তেওঁ ্ধপাত খাইছে

অর্থ : ধপাতৰ পৰা তৈয়াৰ কৰা বিশেষ ধৰণৰ কিছুমান তিয়াই লোৱা পদার্থ ্যাক চিলিমত ৰাখি আৰু হোপা মাৰি ধোঁৱা পান কৰা হয়

উদাহরণ : ধপাত সেৱন কৰাটো স্বাস্থ্যৰ পক্ষে হানিকাৰক

অর্থ : বিভিন্ন ধৰণেৰে সেৱন কৰা এবিধ নিচাযুক্ত পাতৰ উদ্ভিদ

উদাহরণ : তেওঁ্ ধপাতৰ খেতি কৰে

সমার্থক : ধঁ্পাত, ধঁ্পাত গছ, ধপাত গছ