পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে দেশভক্ত শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

দেশভক্ত   বিশেষ্য

অর্থ : যিজনে হৃদয়ৰ পৰা নিজ দেশৰ উন্নতি কামনা কৰে আৰু কল্যাণ হোৱাটো বিচাৰে আৰু তাৰ উন্নতিৰ হকে প্রয়াস চলায়

উদাহরণ : আজাদ, ভগত সিঙৰ দৰে দেশভক্তসকলে স্বাধীনতাৰ কাৰণে আত্মবলিদান দিছিল

দেশভক্ত   বিশেষণ

অর্থ : যি নিজ দেশক ্সঁ্চা অন্তৰেৰে ভালপাই আৰু উন্নতি হোৱাটো বিচৰাৰ লগতে নিজেও দেশৰ উন্নতিৰ হকে কাম কৰে

উদাহরণ : সেই দেশভক্ত সৈনিকজনে মৃত্যুৰ আগলৈকে সীমান্তত যুঁজ দি থাকিল