পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে দিন শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

দিন   বিশেষ্য

অর্থ : হিন্দু পঞ্জিকাৰ ওপৰত আধাৰিত সপ্তাহৰ কোনো এটা দিন

উদাহরণ : সোমবাৰ সপ্তাহৰ প্রথম দিন

সমার্থক : অহ্ন, দিৱস, বাসৰ, বাৰ

অর্থ : নিশ্চিত বা উচিত সময়

উদাহরণ : আজি মোৰ লʼৰাটোৰ জন্ম দিন

সমার্থক : দিৱস

অর্থ : সূর্যোদয়ৰ পৰা সূর্যাস্তলৈকে সময়খিনি

উদাহরণ : আজিৰ দিনটো মোৰ কাৰণে বৰ ভাল গৰমকালি দিন দীঘল হয়

সমার্থক : অহ, অহ্ন, দিনা, দিবা, দিৱস, বাসৰ, বাৰ, ৰোজ

অর্থ : ভাল সময়

উদাহরণ : সকলোৰে সুদিন আহে

সমার্থক : সুদিন

অর্থ : এটা সূর্যোদয়ৰ পৰা আৰম্ভ কৰি অন্য এটা সূর্যোদয়ৰ মাজৰ সময়ছোৱা যাক চৌব্বিশ ঘণ্টা হিচাপে গণ্য কৰা হয়

উদাহরণ : এদিনত আঠটা প্রহৰ থাকে

সমার্থক : তিথি, দিৱস

অর্থ : যি সময়ৰ মাজত কোনো বিশেষ কথা থাকে

উদাহরণ : কলেজৰ দিনত আমি বহুত ফুর্তি কৰিছিলো

অর্থ : শোৱাৰ পিছত কাম কৰাত পাৰ হোৱা চৌব্বিশ ঘণ্টাৰ মাজৰ বিশেষ সময়ছোৱা

উদাহরণ : মোৰ দিন ৰাতিপুৱা চাৰি বজাৰ পৰা আৰম্ভ হয়

সমার্থক : দিৱস

অর্থ : সংস্কৃতিৰ ইতিহাসত সময় আৰু অৱস্থা আদিৰ দৃষ্টিৰে নিজৰ এক সুকীয়া বা মহত্বপূর্ণ ্ স্থান ৰাখি থৈ যোৱা নামাংকিত সময়

উদাহরণ : মই আপোনাক বৈদিক যুগৰ এটা কাহিনী কʼম ???

সমার্থক : কাল, যুগ