পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে দাসী শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

দাসী   বিশেষ্য

অর্থ : নিজৰ সেৱা কৰোৱাৰ কাৰণে মূল্য দি ক্রয় কৰা ব্যক্তি

উদাহরণ : পুৰণিকালত দাসীৰ ক্রয়-বিক্রয় হৈছিল

সমার্থক : গোলাম

অর্থ : ঘৰুৱা কাম-কাজ কৰা তথা সেৱা আগবঢ়ায়

উদাহরণ : আজিকালি কাম-বন কৰিবৰ কাৰণে মহিলাসকলে চাকৰণিৰ ওপৰত অধিক নি্র্ভৰ কৰে

সমার্থক : কিংকৰী, কিঙ্কৰী, চাকৰণী, পৰিচাৰিকা, বান্দী, বেটী, লিগিৰী