পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে দন্দুৰী শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

দন্দুৰী   বিশেষ্য

অর্থ : কুৰূপ, ক্রুৰ আৰু কাজিয়া কৰি ভাল পোৱা স্ত্রী

উদাহরণ : দন্দুৰী হোৱাতো সহজ কিন্তু শিষ্টাচাৰী হোৱাটো কঠিন

সমার্থক : ডাইনী, ডাকিনী

অর্থ : কর্কশ ্ স্বভাৱৰ নাৰী বা যি নাৰীয়ে কাজিয়াকে কৰি থাকে

উদাহরণ : কি কি কৰি যে মই এগৰাকী দাংকাটি মহিলাৰ বাচিলো

সমার্থক : উগ্র নাৰী, কর্কশ ্নাৰী, খঙাল তিৰোতা, দন্দুৰী তিৰোতা, দাংকাটি, দাংকাটি মহিলা, মুখৰা তিৰোতা

দন্দুৰী   বিশেষণ

অর্থ : যি ্কর্কশ ্স্বভাৱৰ বা যিয়ে কাজিয়া কৰি থাকে

উদাহরণ : মনোহৰ এজনী উগ্রা নাৰীৰ পাল্লাত পৰিল

সমার্থক : উগ্রা, কাজিয়াখোৰ