পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে তিৰস্কাৰ কৰা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

তিৰস্কাৰ কৰা   ক্ৰিয়া

অর্থ : কাৰোবাক বেয়া কথা কোৱা

উদাহরণ : তেওঁ ্ আধা ঘণ্টা ধৰি গালি পাৰি আছে

সমার্থক : কটুক্তি কৰা, গালি দিয়া, গালি পৰা, বকা, বকি থকা, বিতণ্ডা কৰা, বি্কর্থ্্না কৰা, লণ্ডাটিকা কৰা

অর্থ : কাৰোবাৰ মান-সন্মান বা প্রতিষ্ঠাত হানি হোৱাকৈ কৰা কাম বা কথা

উদাহরণ : তেওঁ ্ মোক সকলোৰে সন্মুখত অপমান কৰিলে

সমার্থক : অনাদৰ কৰা, অপমান কৰা, অপমানিত কৰা

অর্থ : অৱজ্ঞা বা তিৰস্কাৰপূর্বক ্কোনো টান কথা কোৱা

উদাহরণ : শ্যামে টকা বিচৰাত দেউতাকে তেওঁক তিৰস্কাৰ কৰিলে