পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে তিল শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

তিল   বিশেষ্য

অর্থ : এজোপা উদ্ভিদ যাৰ গুটিৰ পৰা তেল ওলায়

উদাহরণ : তিলৰ বীজ পূজা, জজ্ঞ আদিৰ কামত আহে

অর্থ : চালত নিজে নিজে হোৱা কʼলা বা ৰঙা ৰঙৰ এবিধ সৰু চিহ্ন বা দাগ

উদাহরণ : তেওঁৰ ্ গালত কʼলা তিল আছে

অর্থ : নাৰীয়ে কʼলা ফোটৰ আকাৰত গাল, ঠুতৰি আদিত বিন্ধাই বনাই লোৱা চিহ্ন

উদাহরণ : সীতাই নিজৰ গালত টেটু অঁ্কা তিৰোতাৰ দ্বাৰা তিল বনোৱাই আছে

সমার্থক : বিউটি স্পট

অর্থ : এজোপা উদ্ভিদৰ বীজ যাৰ পৰা তেল উলিওৱা হয়

উদাহরণ : তেওঁ প্রতিদিন গা ধোৱাৰ পিছত তিলৰ তেল লগায়