পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ঢৌ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ঢৌ   বিশেষ্য

অর্থ : প্রাকৃতিক অথবা কৃত্রিম কাৰণত উৎপন্ন হোৱা কোনো বস্তুৰ লহৰ যি কোনো শৰীৰ বা বাতাৱৰণত প্রৱাহিত হৈ থাকে

উদাহরণ : বিদ্যুততো তৰঙ্গ থাকে

সমার্থক : তৰংগ, তৰঙ্গ, লহৰ

অর্থ : নদী, সাগৰ আদিৰ পানীভাগ লাহে-লাহে দূৰৰ পৰা ৰৈ ৰৈ ওপৰলৈ উঠি পুনৰ তললৈ নামি সমান্তৰালভাৱে সৃষ্টি কৰা এক ৰূপ

উদাহরণ : সাগৰৰ ঢৌবোৰ শিলত খুন্দা খাই ওপৰলৈ উঠি গৈছে

সমার্থক : উর্মি, কল্লোল, তৰংগ, তৰঙ্গ, লহৰ, লহৰী, হিল্লোল

অর্থ : জ্বলিলে বা পুৰিলে চালত পানী জমা হৈ ফুলি উঠা অংশ

উদাহরণ : জুইয়ে পোৰাত মোহনৰ গাত ঠায়ে ঠায়ে জোলা বান্ধিছে

সমার্থক : জোলা, ঢোপ, পানীজোলা, স্ফোটক